₹3000 ৰ পৰাই গোল্ড লোন উপলব্ধ যাৰ বাবে ন্যূনতম নথিকৰণৰ আৱশ্যক হয় ।

আজি আপুনি কিমান গোল্ড লোন পাব তাকে জানিবলৈ গণনা কৰক

কিমান সোণৰ প্ৰয়োজন হৈছে তাক চাবলৈ পৰিমাণ আৰু কেৰেট মূল্য প্ৰবিষ্ট কৰক।

Note: ইয়াত দেখুৱা পৰিমাণটো এটা আনুমানিক মূল্যহে মাথো আৰু চূড়ান্ত মূল্য শাখাত সম্পন্ন কৰা সোণৰ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব।

কিমান সোণৰ প্ৰয়োজন হৈছে তাক চাবলৈ পৰিমাণ আৰু কেৰেট মূল্য প্ৰবিষ্ট কৰক।

Note: ইয়াত দেখুৱা পৰিমাণটো এটা আনুমানিক মূল্যহে মাথো আৰু চূড়ান্ত মূল্য শাখাত সম্পন্ন কৰা সোণৰ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব।

Gold Weight: 0 grams

Loan Amount:0

Carat: 22

মই মনপ্পুৰম ফাইনেন্স লিমিটেড আৰু ইয়াৰ প্ৰতিনিধিসকলক মোৰ আবেদনৰ প্ৰসঙ্গত টেলিফোন/ইমেইল/SMS/হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰিবলৈ কৰ্তৃত্ব দিছো। এই সন্মতিয়ে DNC/NDNCৰ বাবে কৰা যিকোনো পঞ্জীয়ন বাতিল কৰিব ।

এতিয়ালৈকে আমাৰ যাত্ৰা

ভাৰতৰ অন্যতম শ্ৰেষ্ঠ NBFC হিচাপে 76 বছৰতকৈও অধিক সময় বৰ্তি থকা এক ঐতিহ্য

Satisfied customers
1.75 + Crore
কোটি সন্তুষ্ট গ্ৰাহক*
76 Years of Experience
76
বছৰৰ সেৱা
কৰ্মচাৰী
45000 +
কৰ্মচাৰী
Branches
5000 +
শাখা*

আপোনাৰ গ’ল্ড লোনৰ উল্লেখযোগ্য দিশসমূহ

দ্ৰুত বিতৰণ

দ্ৰুত বিতৰণ*

দিন অনুসৰি সুদৰ হাৰ

দিন অনুসৰি সুদৰ হাৰ*

প্ৰতি গ্ৰাম সোণৰ বাবদ লাভ কৰিব পৰা সৰ্বাধিক ঋণ

প্ৰতি গ্ৰাম সোণৰ বাবদ লাভ কৰিব পৰা সৰ্বাধিক ঋণ*

নিম্ন সুদৰ হাৰ

নিম্ন সুদৰ হাৰ*

ঋণ পৰিশোধৰ সহজ বিকল্পসমূহ

ঋণ পৰিশোধৰ সহজ বিকল্পসমূহ*

কোনো জানিবলৈ নিদিয়া মাচুল নাই*

কোনো জানিবলৈ নিদিয়া মাচুল নাই*

মনপ্পুৰম গ’ল্ড লোনৰ সুবিধা সমূহ

আপোনাৰ সোণ 100% সুৰক্ষিত আৰু বীমাকৃত

আপোনাৰ সোণ 100% সুৰক্ষিত আৰু বীমাকৃত

আপোনাৰ সোণ 100% সুৰক্ষিত আৰু বীমাকৃত

365 দিনৰ ভিতৰত যিকোনো সময়তে ঋণ পৰিশোধ কৰিব পাৰিব*

365 দিনৰ ভিতৰত যিকোনো সময়তে ঋণ পৰিশোধ কৰিব পাৰিব*

24x7 অতিৰিক্ত টপ-আপৰ সুবিধা*

24x7 অতিৰিক্ত টপ-আপৰ সুবিধা*

24x7 তদাৰক আৰু নিৰীক্ষণ*

24x7 তদাৰক আৰু নিৰীক্ষণ*

সম্পূৰ্ণ বীমাকৃত ভল্ট

সম্পূৰ্ণ বীমাকৃত ভল্ট

Manappuram representative holding a phone

Transfer your existing gold loan to Manappuram Finance with Lower Interest Rates*

Apply Now

1949 চনৰে পৰা সপোনবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰা

আমাক বিশ্বাসত লোৱা মানুহৰ বাস্তৱ কাহিনীসমূহ

বাস্কাৰণ ধনচেকৰণ

বাস্কাৰণ ধনচেকৰণ

এখন চছমা দোকানৰ উন্নতিৰ বাবে মালিকৰ ভৱিষ্যৎ পৰিকল্পনা।

এখন চছমা দোকানৰ উন্নতিৰ বাবে মালিকৰ ভৱিষ্যৎ পৰিকল্পনা।মই এখন চছমা দোকান চলাই আছো আৰু মোৰ মোৰ ব্যৱসায় উন্নীত কৰিবলৈ জৰুৰী ধনৰ প্ৰয়োজন হৈছিল। সেয়ে মই মনপ্পুৰম গ’ল্ড লোন বাছি লৈছিলো, আৰু সেয়া আছিল মোৰ বাবে এক উত্তম সিদ্ধান্ত। প্ৰক্ৰিয়াটো আছিল খৰতকীয়া আৰু অসুবিধাহীন - কোনোধৰণৰ পলম নোহোৱাকৈয়ে ধনখিনি পোনপটীয়াকৈ মই মোৰ বেংক একাউণ্টত লাভ কৰিছিলো ।
আম্মু আৰ

আম্মু আৰ

এগৰাকী মহিলাৰ দৃঢ় সংকল্প, এটা গ’ল্ড লোন, আৰু এটা উন্নতিশীল কেটাৰিং ব্যৱসায়।

এগৰাকী মহিলাৰ দৃঢ় সংকল্প, এটা গ’ল্ড লোন, আৰু এটা উন্নতিশীল কেটাৰিং ব্যৱসায়।মই এটা কেটাৰিং ব্যৱসায় চলাইছো আৰু মোৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মোক আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছিল। এসময়ত মই মোৰ ব্যৱসায়ৰ বাবে মোৰ গহনাবোৰ ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ পৰা অনুপ্ৰাণিত হৈ মই মনপ্পুৰম ফাইনেন্সৰ পৰা গ’ল্ড লোন লোৱাৰ সিদ্ধান্ত ল’লোঁ।
এই প্ৰক্ৰিয়াটো সহজ আছিল, আৰু কম সুদৰ হাৰে ইয়াক সুলভ কৰি তুলিছিল। লোনৰ জৰিয়তে মই উন্নত সঁজুলিসমূহত বিনিয়োগ কৰিবলৈ সক্ষম হৈছিলো আৰু মোৰ কেটাৰিং ব্যৱসায় আত্মবিশ্বাসেৰে বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলো।
ঝৰ্ণা নন্দী

ঝৰ্ণা নন্দী

গ’ল্ড লোনে মোক মোৰ চানাচুৰ ব্যৱসায় পুনৰ গঢ়ি উঠিবলৈ আৰু বৃদ্ধিৰ কাৰণে মূলধন দিলে ।

গ’ল্ড লোনে মোক মোৰ চানাচুৰ ব্যৱসায় পুনৰ গঢ়ি উঠিবলৈ আৰু বৃদ্ধিৰ কাৰণে মূলধন দিলে ।2016 চনত মই এটা সৰু চানাচুৰ উৎপাদন ব্যৱসায় আৰম্ভ কৰিছিলো। আৰম্ভণিতে ব্যৱসায়টো বৰ লাভজনক নাছিল যদিও মই ধৈৰ্য্য হেৰুৱা নাছিলো। মই আশা এৰি দিয়া নাছিলো আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছিলোঁ। কিন্তু মই এনে এটা পৰ্যায় পালোঁ য’ৰ পৰা মই ব্যৱসায়টো আৰু বৃদ্ধি কৰিব নোৱৰা হলো, তেতিয়া মই মনপ্পুৰম ফাইনেন্স লিমিটেডৰ, হাবৰা শাখাৰ বিষয়ে অৱগত হলোঁ৷ মই তেওঁলোকৰ পৰা গ’ল্ডৰ লোন ল’বলৈ আৰম্ভ কৰিলোঁ, আৰু সেই আৰ্থিক সহায়ৰ যোগেদি মই মোৰ ব্যৱসায়টো পুনৰ আৰম্ভ কৰিলোঁ। আজি মোৰ ব্যৱসায়ে বহুত উন্নতি লাভ কৰিছে।

4টা সহজ উপায়েৰে গ’ল্ড লোন লাভ কৰক

(ভাৰতৰ অন্যতম শ্ৰেষ্ঠ NBFC হিচাপে 76 বছৰতকৈও অধিক সময় বৰ্তি থকা এক ঐতিহ্য)

গ’ল্ড লোনৰ বাবে আৱেদন কৰক

গ’ল্ড লোনৰ বাবে আৱেদন কৰক

আপোনাৰ সোণৰ অলংকাৰ লৈ আপোনাৰ ওচৰৰ মনপ্পুৰম গ’ল্ড লোন শাখালৈ যাওক

গ্ৰাহক পৰিচয়পৰ্ব

গ্ৰাহক পৰিচয়পৰ্ব

পৰিচয়পৰ্ব প্ৰক্ৰিয়াটো দ্ৰুত আৰু অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ কৰিবলৈ এক বৈধ আইডি প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণ প্ৰদান কৰক।

আপোনাৰ সোণৰ বাবে সঠিক মূল্য লাভ কৰক

আপোনাৰ সোণৰ বাবে সঠিক মূল্য লাভ কৰক

আমাৰ বিশেষজ্ঞসকলে এক সোণৰ গুণমান আৰু মূল্যায়ন পৰীক্ষা সম্পন্ন কৰিব ইয়াকে নিশ্চিত কৰিবলৈ যে আপুনি যাতে সম্ভৱপৰ সৰ্বোচ্ছ পৰিমাণৰ ঋণৰ পৰিমাণ লাভ কৰিব পাৰে।

বিতৰণ & অনুমোদন

বিতৰণ & অনুমোদন

এবাৰ অনুমোদন পোৱাৰ পিছত ঋণৰ পৰিমাণ তাৎক্ষণিক ভাবে আপোনাৰ বেংক একাউণ্টত জমা হ’ব ।

সঘনাই সোধা প্ৰশ্ন

আপুনি সোণৰ ঋণৰ বিষয়ে জানিবলগীয়া সকলো কথা